সাপে দংশন কৰিলে কি কৰিব ? কি নকৰিব !


১/ সাপে দংশন কৰা মানুজনক মানসিক ভাবে সবল কৰি ৰাখিবলৈ চেষ্টা কৰক।
২/ কটা-চিঙা নকৰিব।
৩/ বিষ উলিয়াবলৈ মুখেৰে দংশন কৰা অংশ নুচুপিব।
৪/ খোজ কাঢ়িবলৈ বা দৌৰিবলৈ নিদিব, এনে কৰিলে ৰক্ত সঞ্চালন বৃদ্ধি হব।
৫/ বেজ বা গাঁৱলীয়া চিকিৎসা কৰিবলৈ নাযাব, বিষাক্ত সাপে দংশন কৰাৰ পাছত মানুহজনৰ হাতত বেছি সময় নাথাকে, গতিকে সময় নষ্ট নকৰি তৎক্ষণাত চিকিৎসালয় যাব। হাস্পতালত এন্টিভেনম নাথাকিলেও, চিকিৎসকে আপোনাক জনাব পাৰিব এন্টিভেনম কত পোৱা যায়।
৬/ ৰচী-তাঁৰ আদিয়ে নাবান্ধিব।
৭/ হাতত আঙুঠি-খাৰু থাকিলে খুলি দিব।
৮/ সাপে কামোৰা ঠাই টুকুৰা নুধুব, এনে কৰিলে হেঁচা খাই দেহৰ ৰক্ত সঞ্চালন বৃদ্ধি হব পাৰে। লগতে আপোনাৰ অমূল্য সময় নষ্ট হব পাৰে।

বিষাক্ত দংশনঃ
১/ দংশন কৰা ঠাই টুকুৰা লগে লগে দৃষ্টিগোচৰ নহব পাৰে।২/ কামোৰা ঠাই টুকুৰাৰ পৰা ৰক্তক্ষৰণ অসহ্য বিষ।
৩/ মূৰৰ বিষ হোৱা, পেটৰ বিষ হোৱা, খাদ্য গিলাত অসুবিধা।
৪/চকুৰ পতা ওলমি যোৱা অথবা ভালকৈ দৃষ্টিগোচৰ নোহোৱা।

কৃতজ্ঞতা স্বীকাৰঃ  

Comments

Popular Posts

₹ 8,44,982 crore of amount exchanged/deposited from November 10, 2016 to November 27, 2016

Anytime: New messaging app by Amazon

Circumstances that compel a diligent employee to leave his most favorite job

What is Domain ?

Engagement of Library Professionals on short term contract basis in the Office of Union Public Service Commission-reg.