সাপে কামুৰিলে কি কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে ?

প্ৰথম ব্যৱস্থা : ঘৰত পুৰণি ইন্জেকচন যদি আছে যি অংশত বেজি সংযোগ হয় সেই ঠাইত কাটি লওক | ইয়াৰ পিচত সাপে কামূৰা ঠাই কণ বিচাৰি ওলিয়াওক | সহজতে বিচাৰি পাব | ঠাইটুকুৰা ওখহি যাব আৰু দুটা বিন্দ্ধা পাব | য'ত সামান্য তেজ লাগি থাকিব |

এতিয়া আপোনি কাটি লোৱা ইন্জেকচনৰ চিৰিঞ্জটো লৈ সেই দুই চিহ্নৰ এটা স্থানত (কামোৰা বিন্দ্ধাত) লগাই টানক | Vacuum Create হৈ তেজ চিৰিঞ্জলৈ আহিব | ঠিক তেনেকোৱা যেন সৰু ল'ৰাই পিচ‍্কাৰিত পানী ভৰায় |

প্ৰথম খিনি তেজৰ ৰং পাতল Blackish বা Dark হ'ব | তেতিয়া বুজি ল'ব যে তেজত বিষ মিহলি হৈ আছে | যেতিয়ালৈকে Dark আৰু Blackish ৰংৰ তেজ ওলায় থাকিব তেতিয়ালৈকে কৰি থাকক |

সাপে কামুৰিলে 0.5-0.6 মি.লি. বিষ এৰি দিয়ে | গতিকে দুই চাৰি বাৰত সমস্ত বিষ উলায় আহিব | লগে লগে ৰোগীয়েও চেতনা ঘূৰাই  পাব আৰু বিপদ মুক্ত বুলি জানিব | এইটো হ'ল এটা প্ৰাথমিক চিকিট্সা |

দ্বিতীয় ব্যৱস্থা : এল'পেথিক এন্টিভেনাম বা হোমিওপেথিক ঔয়ধ ব্যবহাৰ কৰিব পাৰি |

Naja 200 Potency বুলি ক'লে Homeopathic দোকানত পাব | 5 মি.লি.ৰ দাম 60/70 টকা মান হ'ব | এই 5 মি.লি. Naja ৰে আপোনি 60 জন মানুহৰ জীৱন বচাব পাৰিব (চীল পেক আনিলে 100 মি.লি. অত পাব) |

এই Naja Medicine পৃথিৱীৰ ভয়ংকৰ বিষাক্ত সাপ Kraits  পৰা তৈয়াৰ কৰা হয় |

ব্যবহাৰ বিধি : প্ৰথম এটোপাল দিয়ক আকৌ 10 মিনিট পিচত এটোপাল দিয়ক | মাত্ৰ 3 বাৰেই দিব লাগিব |

শেষত লাগতিয়াল কথাটো মনত ৰাখক- যদি Naja Medicine আছে প্ৰথমে ঔষধ খোৱায় ল'ব আৰু লগতে ইন্জেকচন চিৰিঞ্জৰ উক্ত পদ্ধতিৰ উপায় কৰক | ঔষধ নাথাকিলেও প্ৰথমে এই পদ্ধতিৰ উপায় অৱলম্বন কৰক |

Comments

Popular Posts

National Anti-profiteering Authority (NAA)

Chief Ministers of Assam

State wise tourism links of India

You may experience jealousy or panic about your partner potentially being with someone else.

Jio Triple Cashback Offer

E-waste: An arising theat to environment & health