প্ৰধান মন্ত্রী জন ধন যোজনাৰ অধীনত প্ৰায় ২৫.৬৮ কোটি সংখ্যক একাউন্টত প্ৰায় ৭২,৮৩৪.৭২ কোটি টকা জমা

বিত্ত মন্ৰালয়ৰ হিচাপ অনুসৰি বৰ্তমানলৈ প্ৰধান মন্ত্রী জন ধন যোজনাৰ অধীনত প্ৰায় ২৫.৬৮ কোটি সংখ্যক একাউন্টত প্ৰায় ৭২,৮৩৪.৭২ কোটি টকা জমা হৈছে | ইয়াৰে ৫৬,৬৬৮.০৫ কোটি টকা জমা হৈছে ৰাজহুৱা খণ্ডৰ ২০.৪৪ কোটি একাউণ্টত, ১৩,৫০৭.০৯ কোটি টকা জমা হৈছে আঞ্চলিক গ্ৰামীণ বেংক সমূহৰ ৪.৩৭ কোটি একাউণ্টত আৰু অন্য ২,৬৫৯.৫৮ কোটি টকা জমা হৈছে ব্যক্তিগত খণ্ডৰ ০.৮৬ কোটি একাউণ্টত |




Comments

Popular Posts

Kailash Manasarovar Yatra (KMY)'s Last Date for Registration is 15th March 2017

SSC rescheduled it's JE Examination-2016 (Paper-I)

Sri Amarnath Cave

Google Tez : digital payment service